সমললৈ যাওক

ৱিকিউৎস:ৱিকিসংযোগ মুদ্ৰণ সংশোধন মেলা, ২০২৪

ৱিকিউৎসৰ পৰা

অসমীয়া ৱিকিমিডিয়া সমাজৰ ৱিকিসংযোগ প্ৰকল্পৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিউৎসত এটি মুদ্ৰণ সংশোধন মেলা আয়োজন কৰা হৈছে। ২০২৪ চনৰ ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ এই এডিটাথন অনুষ্ঠিত কৰা হৈছে।

লক্ষ্য আৰু উদ্দেশ্য

[সম্পাদনা কৰক]
  • ৱিকিসংযোগ প্ৰকল্পত অংশগ্ৰহণ কৰা মেণ্টিসকলক উৎসাহিত কৰা৷
  • অসমীয়া ৱিকিমিডিয়ানসকলৰ জৰিয়তে সন্মিলিত কাৰ্য্যকলাপ কৰা।
  • এই প্ৰতিযোগিতাৰ সময়সীমা: ১৬ ডিচেম্বৰ ২০২৪ ০০:০১ বজাৰ পৰা ২২ ডিচেম্বৰ ২০২৪ ২৩:৫৯ বজা পৰ্যন্ত।

নিয়মাৱলী

[সম্পাদনা কৰক]
  • নিৰ্বাচিত কিতাপৰ পৃষ্ঠাসমূহ মুদ্ৰণ সংশোধন আৰু বৈধ কৰা।
  • উচ্চমানৰ সম্পাদনাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
  • সম্পাদনা মেলাত যিকোনো সম্পাদকে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু কেৱল ৱিকিসংযোগ প্ৰকল্পৰ অন্তৰ্গত মেণ্টিসকলকহে বঁটাৰ বাবে বিবেচনা কৰা হ’ব৷
  • কেৱল নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰা সম্পাদনাসমূহহে গণ্য কৰা হ'ব।
  • একে সময়তে একেটা পৃষ্ঠাকে কেইবাজনো সম্পাদকে সম্পাদনা কৰিব নোৱাৰিব। সম্পাদকসকলে কমেও ৫/১০ পৃষ্ঠাৰ ব্যৱধান ৰাখিবলৈ চেষ্টা কৰিব।
  • OCRকৰি সালসলনি প্ৰকাশ কৰাটো সম্পাদনা সংখ্যা হিচাপে গণ্য কৰা নহ’ব।

পুৰস্কাৰ

[সম্পাদনা কৰক]

অৱদানকাৰীক

  • বাৰ্নষ্টাৰ
  • মানপত্ৰ
  • কিতাপ আৰু একোটাকৈ টি-চাৰ্ট প্ৰদান কৰা হ’ব৷

কিতাপৰ তালিকা

[সম্পাদনা কৰক]
  1. দীপ্তি
  2. কুঁহি
  3. ৰাম-নবমী নাটক
  4. বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
  5. কাব্য কলি
  6. লীলা-ভবদেব ভাগবতী
  7. ভাৰত বুৰঞ্জী

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
ফলাফল
স্থান সদস্য
প্ৰথম স্থান সুস্মিতা লেখাৰু
দ্বিতীয় স্থান কুমুদ ঘোষ
তৃতীয় স্থান পৱন বৰ্মন
প্ৰাপ্ত নম্বৰৰ তালিকা
সদস্য প্ৰাপ্ত নম্বৰ মুদ্ৰণ সংশোধন বৈধকৰণ মুঠ বৰঙনি
সুস্মিতা লেখাৰু ৮৫৫ ২৮৫ ২৮৫
কুমুদ ঘোষ ২৭৩ ৯১ ৯১
পৱন বৰ্মন ১৫১ ৫০ ৫১
দিম্পল দাস ৬০ ২০ ২০
হিমাশ্ৰী বৰা ৫৭ ১২ ২১ ৩৩
নিপন নিয়ৰ শেনছোৱা ৫১ ১৭ ১৭
কেশৱ ফুকন
অঞ্জুমণি শইকীয়া
জ্যোতি চিৰিং - ২৮ ১৯৭ ২২৫
প্ৰণামিকা অধিকাৰী - ১৫ ১৮০ ১৯৫
দিব্য দত্ত - ২৫ ১৫ ৪০
কুলধৰ ৰাভা - ১৪ ২০
ৰুমী বৰা - ১৮ ২৭
প্ৰাণজ্যোতি নাথ - ১৯ ২১
জলি ৰুমী বৰা - ১৩
নয়ন জ্যোতি নাথ -

যোগাযোগ

[সম্পাদনা কৰক]

অধিক জানিবলৈ প্ৰণামিকা অধিকাৰী আৰু দিব্য দত্তৰ আলোচনা পৃষ্ঠাত যোগাযোগ কৰক।