সদস্য বাৰ্তা:উদ্দীপতালুকদাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

test উদ্দীপতালুকদাৰ 16:51, 25 ডিচেম্বৰ 2011 (UTC)


অক্লান্ত কৰ্মী পদক
উদ্দীপ,

অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। অনুগ্রহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্রত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন।

প্রভাকৰ শৰ্মা নেওগ 11:53, 14 অক্টোবৰ 2011 (UTC)





প্রভাকৰ শৰ্মা নেওগ 10:55, 14 অক্টোবৰ 2011 (UTC)


"চলচিত্ৰ"[সম্পাদনা কৰক]

"চলচিত্ৰ" নহয়, "চলচ্চিত্ৰ"হে শুদ্ধ শব্দ (চন্দ্ৰকান্ত অভিধান) | আপুনি প্ৰৱন্ধটো "স্থানান্তৰ কৰক" টিপি ঠিক কৰি দিব পাৰে | Gitartha.bordoloi ১৭:৩০, ২০ জুলাই ২০১১ (UTC)

হয়, কিছুমান লেখাত "চলচ্চিত্ৰ" লিংক হৈ আছে৷ কিন্তু তোমাৰ লেখাটো তাত লিংক হোৱা নাই৷ গতিকে পাৰিলে চলচ্চিত্ৰ কৰি দিবা৷

Anjal Borah ১১:২১, ২১ জুলাই ২০১১ (UTC)

বিষয়বস্তুখিনি কাটি দিলেই প্ৰৱন্ধটো বিলোপ হৈ নাযায় | কোনোৱে "ইতিহাস"ত গৈ সেইটো পুনৰ "পূৰ্বৱত" কৰি দিব পাৰে | কেৱল প্ৰশাসকেহে প্ৰৱন্ধটো সম্পূৰ্ণভাৱে নোহোৱা কৰি দিব পাৰিব | Gitartha.bordoloi ০৭:১০, ২৪ জুলাই ২০১১ (UTC)

সেইটো মই জানিছিলো, কিন্তু নাই মোমাইতকৈ কণা মোমাই ভাল বুলিয়েই সেইখিনি কৰি ৰাখিছিলো। ইংৰাজী ৱিকিপিডিয়াত এনে প্ৰবন্ধৰ ওপৰত এখন সতৰ্কবাণী লগাই দিয়া হয়। সেইখন কেনেকৈ লগাই জানো!

Invite to WikiConference India 2011[সম্পাদনা কৰক]

Are you coming for WCI 2011 ? --Naveenpf ০২:৩৫, ১৯ আগষ্ট ২০১১ (UTC) It won't be possible to attend the conferece. Thanks. Wish you all a great success. -uddiptalukdar.

শিৰোনামা[সম্পাদনা কৰক]

প্ৰৱন্ধৰ শিৰোনামত "দেশভক্ত","কৰ্মবীৰ" আদি থাকিব নালাগে, নে কি কয় ? ‍‍‍‍‍‍Gitartha.bordoloi ২০:২৬, ১৯ আগষ্ট ২০১১ (UTC)

নালাগে কিজানি। কিন্তু ছাৰ্ছ কৰাত সুবিধা হ'ব বুলি মই ৰাখিছিলো। গুচাই দিলেও অসুবিধা নাই। ৰাইজে দিয়া উপাধিবোৰ লৈ এটা ৱিকি প্ৰবন্ধ খুলি লিংক বিলাক দি থ'লে বেছি ভাল হ'ব। -উদ্দীপ তালুকদাৰ

শ্ৰেণী:চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি[সম্পাদনা কৰক]

Please do not add the category শ্ৰেণী:বোলছবি in those aricles which are about persons related with films. I have created an another category titled শ্ৰেণী:চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি. Please use the শ্ৰেণী:বোলছবি exclusively for FILMS. Simbu123 ১৬:৩৪, ৫ চেপ্তেম্বৰ ২০১১ (UTC)

জয়ন্ত হাজৰিকা[সম্পাদনা কৰক]

জয়ন্ত হাজৰিকাৰ জন্মদিনৰ লগত সঙ্গতি ৰাখি তেওঁৰ প্ৰৱন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ সহায় লৈ বিস্তাৰ কৰিব পাৰিব নেকি? Gitartha.bordoloi ১৮:৪৫, ১৯ চেপ্তেম্বৰ ২০১১ (UTC)

2011 Indian Anti- corruption Movement[সম্পাদনা কৰক]

ইয়াৰ অসমীয়া কি হ'ব পাৰে বাৰু? হিন্দীত जन लोकपाल विधेयक आंदोलन २०११ বুলি লিখিছে, সেইবাবে অৰবিন্দ কেজৰিৱাল পৃষ্ঠাত মই জন লোকপাল বিধেয়ক আন্দোলন, ২০১১ বুলি লিখিলোঁ। পিছে আন্না হাজাৰে পৃষ্ঠাত দুৰ্নীতি-বিৰোধী আন্দোলন বুলিহে লিখা দেখা পালোঁ। দুৰ্নীতি-বিৰোধী আন্দোলনটো খাপ খাব যেন লাগিছে, কি কৰা উচিত? --Mouchumi 09:45, 13 অক্টোবৰ 2011 (UTC)

দুয়োটাই ৰাখক। বন্ধনীৰ ভিতৰত (জন লোকপাল বিধেয়ক আন্দোলন)-টো দি দিয়ক। বা ৰিডাইৰেক্ট কৰিও ৰাখিব পাৰে। উদ্দীপতালুকদাৰ 17:33, 13 অক্টোবৰ 2011 (UTC)

Steve Jobs and Pirates of silicon valley[সম্পাদনা কৰক]

ষ্টীভ জব্‌চ প্রবন্ধত en:Pirates of Silicon Valley চিনেমাৰ কথাও দিব পাৰি নেকি? পৰিলে চিনেমাখন চাব, বৰ ভাল লাগে। প্রভাকৰ শৰ্মা নেওগ 05:20, 14 অক্টোবৰ 2011 (UTC)


An Invite to join the Wikimedia India Chapter[সম্পাদনা কৰক]

Wikimedia India logo
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi উদ্দীপতালুকদাৰ,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:00, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [1] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:00, 6 নভেম্বৰ 2011 (UTC)

Discussion at বাৰ্তা:ৱিকিস্পিচিজ[সম্পাদনা কৰক]

আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:12, 13 জানুৱাৰী 2012 (UTC)

আলোচনা বাৰ্তা:আমি অসমীয়া নহওঁ দুখীয়া[সম্পাদনা কৰক]

আপোনাক বাৰ্তা:আমি অসমীয়া নহওঁ দুখীয়াপৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 19:55, 18 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:06, 22 জানুৱাৰী 2012 (UTC)

সুৰক্ষা[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি বাৰ্তা:তৰুণ গগৈ#পৃষ্ঠাৰ সুৰক্ষা চাওক। Gitartha.bordoloi 09:20, 5 ফেব্ৰুৱাৰী 2012 (UTC)

চিকিৎসাবিজ্ঞান প্ৰকল্প[সম্পাদনা কৰক]

এইখন চাওক: ৱিকিপিডিয়া:ৱিকি চিকিৎসাবিজ্ঞান প্ৰকল্পGitartha.bordoloi 18:31, 8 ফেব্ৰুৱাৰী 2012 (UTC)

সম্বৰ্ধনা[সম্পাদনা কৰক]

The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:58, 14 ফেব্ৰুৱাৰী 2012 (UTC)
The Working Wikipedian's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

The Good Article Medal of Merit[সম্পাদনা কৰক]

The Good Article Medal of Merit 
অসমীয়া ৱিকিপিডিয়াত আপুনি ৰচনা কৰা এনিমেছন, চিকিত্‍সা বিজ্ঞান, চলচ্চিত্ৰ, হিপ'ক্ৰেটিছ ইত্যাদি কেইবাটাও সুন্দৰ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ বাবে এই ক্ষুদ্ৰ পদকটিৰে আপোনাক কৃতজ্ঞতা জনাইছো
ধন্যবাদ! কিন্তু এটা আপত্তি কৈ থওঁ: ইমান ধামধুম পদক দি নাথাকিলেই ভাল। তেতিয়া পদকৰ মূল্য কমি আহে যেন ভাৱ হয়। নতুন সদস্যক উৎসাহিত কৰিবলৈ দিয়াটো বেলেগ কথা। কিন্তু আমাৰ নিচিনা পুৰণি হাড় কেইডালৰ বাবে মানদণ্ডডাল বেছ কাঢ়া ৰাখক। উদ্দীপতালুকদাৰ (talk) 16:50, 4 মাৰ্চ 2012 (UTC)
নিশ্চয়, আপোনাৰ সৈতে ম‍ই একমত| কিন্তু যোগ্যজনক বঞ্চিত কৰা উচিত নহয় যেন ভাৱ হ’ল, বিশেশঃঅলৈ আপোনাৰ ক্ষেত্ৰত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:52, 4 মাৰ্চ 2012 (UTC)
তোমাৰ যোগ্যতাৰ বিষয়ে মই বিষ্ণুৰ সৈতে একমত, তুমি পাবৰ যোগ্য। কিন্তু আমি এতিয়াই ইমান কাড়া হোৱা উচিত নহয়, লাগিলে ৩০০০ প্রবন্ধ হোৱাৰ পাচত হ'ম। মানুহবোৰে উমান কষ্ট কৰি কাম কৰিছে, তাকো টকা পইচা নোহোৱাকৈ, সিহঁতক কিবা এটাতো দিব লাগিব দানা-পানী! প্রভাকৰ শৰ্মা নেওগ (talk) 17:07, 4 মাৰ্চ 2012 (UTC)

বিজু ফুকন[সম্পাদনা কৰক]

বিজু ফুকন প্ৰৱন্ধটো চাবাচোন। ইনফোবক্স কেইটা লৈ মোৰ অলপ অসুবিধা হৈছে। মই আচলতে বিচাৰি নাপাওঁ। যোগ কৰি দিলে মই তথ্য সুমুৱাই দিম। উদ্দীপতালুকদাৰ (talk) 16:55, 4 মাৰ্চ 2012 (UTC)
হ’ব দাদা, কৰি আছো ৰ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা

দাদা, বাৰ্তা:বিজু ফুকন চাবচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:35, 4 মাৰ্চ 2012 (UTC)

সংঘমিত্ৰা ফুকনৰ কাৰণে ৰেফাৰেন্স বহুতো দিলোঁ কাৰণে মই বহুত অদৰকাৰী কথা লিখা বুলি ভাবিছিলো। আচলত দুটাহে শাৰী আছে দেখোন! এইখিনি ইয়াতে থাকক। বেলেগ প্ৰৱন্ধ এটা যুগুত কৰি আছোঁ। উদ্দীপতালুকদাৰ (talk) 17:55, 4 মাৰ্চ 2012 (UTC)
হয় নেকি, ঠিক আছে তেন্তে| বিষ্ণু শ‍ইকীয়া বাৰ্তা


ভূপেন্দ্ৰ নাথ শ‍ইকীয়াক অনুৰুধ কৰাত তেখেতে জণ্ডিচ নামৰ প্ৰবন্ধটো অসমীয়া ৱিকিত লিখিলে| অনভিজ্ঞ বাবে যথেষ্ঠ আসোৱাহ আছে| অলপ হাত ফুঅৰাই দিবচোন আপুনি| মোৰ সেই বিষয়ে জ্ঞান শূন্য| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:32, 4 মাৰ্চ 2012 (UTC)

লগ্‌-ইন সমস্যা[সম্পাদনা কৰক]

উদ্দীপদা, আপোনাৰ লগ্‌-ইনৰ সমস্যাটো সম্পৰ্কে ম‍ই অনুমান কৰিছো যে, আপুনি আগেয়ে দুবাৰমান পাছৱৰ্ড হেৰুৱা হেতুকে লগতে পুনৰ নতুন একাউণ্ট খোলা বাবে তেনে সমস্যা হ’ব পাৰে| আপোনাৰ আগৰ একাউণ্টবোৰ চাগে সক্ৰিয় অৱস্থাতেই আছে| যেনে সদস্য:উদ্দীপ অপোনাৰ আগেয়ে বনোৱা এটা একাউণ্ট| এটা ইমেইল একাউণ্টৰ বিপৰীতে যদি দুই তিনিটা সদস্য নাম থাকে, তেনে সেই সমস্যা আহিব পাৰে বুলি মনটোৱে কৈছে| তাৰ লগতে আপুনি অসমীয়া ৱিকিপিডিয়া মেইলিং লিষ্টত আছেনে বাৰু? সেই লিষ্টত অন্তৰ্ভুক্ত হৈ থাকিলে পাছৱৰ্ডৰ ক্ষেত্ৰত অলপ সহায় হয়| আপুনি ইংৰাজী ৱিকিপিডিয়াত কি Username ব্যৱহাৰ কৰি আছে বাৰু? মোৰ এই কথাখিনি স্পষ্ট নহল যেন পালো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:08, 7 মাৰ্চ 2012 (UTC)

আপোনাৰ নামটো ৰঙা হৈ আছিল| নীলা কৰি দিলো| বেয়া নাপাই চাগে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:37, 6 এপ্ৰিল 2012 (UTC)

আলোচনা মেডিয়াৱিকি বাৰ্তা:Licenses[সম্পাদনা কৰক]

আপোনাক মেডিয়াৱিকি বাৰ্তা:Licensesপৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|.  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:51, 14 এপ্ৰিল 2012 (UTC)

Most important 1000 articles[সম্পাদনা কৰক]

এইখনৰ পৰা অলপ কম প্ৰয়োজনীয় প্ৰবন্ধ চকুত পৰিলে কাটি দিবাচোন| ম‍ই কিছুমান কাটিলো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:27, 18 এপ্ৰিল 2012 (UTC)

এলান টুৰিং[সম্পাদনা কৰক]

বাৰ্তা:এলান টুৰিং ত বাৰ্তা দিছোঁ, চাব। প্রভাকৰ শৰ্মা নেওগ (talk) 13:04, 16 আগষ্ট 2012 (UTC)

ট্যুৰিং লিখাত সমৰ্থন থাকিল। প্রকৃততেও মধ্য-পূব ইউৰোপীয়ান ভাষাবোৰত j টো "য়" উচ্ছাৰণ কৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 07:26, 20 আগষ্ট 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:19, 17 নৱেম্বৰ 2012 (UTC)

"হোলোঙাপাৰ গিবন অভয়াৰণ্য" প্ৰবন্ধটোৰ কোনো কোনো অংশ অনুবাদ কৰাত অসুবিধা পাইছোঁ। আপুনি পাৰিলে কৰিবচোন। — গীতাৰ্থ বৰদলৈ (talk) 14:30, 2 ডিচেম্বৰ 2012 (UTC)

"ৱিকিউত্‍স" আলোচনালৈ নিমন্ত্ৰণ[সম্পাদনা কৰক]

অসমীয়া ৱিকিউত্‍সৰ অনুমোদন পোৱা হ’ল| আগন্তুক কামসমূহ সূচাৰূভাৱে সম্পন্ন কৰিবৰ বাবে এই আলোচনাত যোগদান কৰিবলৈ আপোনাক অনুৰোধ জনাইছো| বিষ্ণু শইকীয়া 12:58, 15 ডিচেম্বৰ 2012 (UTC)

হয়, আৰু কিছু আলোচনাৰ প্ৰয়োজন আছে "Additional configuration questions" খিনি ভালদৰে চাওকচোন| তাত ৱিকিউত্‍সৰ ছেটিং সম্পৰ্কীয় দুটামান প্ৰশ্ন আছে| যিবোৰ সমজুৱাভাৱে গৃহীত হ’লে সুবিধা হয়| যেনে : "সংখ্যা প্ৰদৰ্শন প্ৰণালী" তাত ইংৰাজী লিপি নে অসমীয়া লিপিত ৰখা উচিত ? ফণ্ট আদিৰ কথাও আছে| সেইখিনিৰ বাবে মন্তব্য দিলে ভাল হ’ব| বিষ্ণু শইকীয়া 15:59, 15 ডিচেম্বৰ 2012 (UTC)

য়ুৰি গেগেৰিন[সম্পাদনা কৰক]

ইয়াৰ আলোচনা পৃ টো চাবচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 10:22, 26 ডিচেম্বৰ 2013 (UTC)

অনুবাদ টেগ[সম্পাদনা কৰক]

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)#অনুবাদ প্ৰবন্ধ -অত এবাৰ চকু ফুৰাই মতামত দিয়কচোন।

প্রভাকৰ শৰ্মা নেওগ (talk) 16:05, 26 ডিচেম্বৰ 2013 (UTC)

দস্যু ভাস্কৰ সম্পাদনা পুৰস্কাৰ[সম্পাদনা কৰক]

সম্পাদকৰ পদক
দস্যু ভাস্কৰ চিৰিজ প্ৰবন্ধত দিয়া আপোনাৰ অৱদানৰ শলাগ লৈছোঁ। অনুগ্ৰহ কৰি এই সামান্য নিবেদন স্বীকাৰ কৰে যেন। প্রভাকৰ শৰ্মা নেওগ (talk) 14:06, 30 জানুৱাৰী 2015 (UTC)
ধন্যবাদ! উদ্দীপতালুকদাৰ (talk) 19:04, 30 জানুৱাৰী 2015 (UTC)

Peer review & document improvement request about "(Indian) Copyright Act, 1957" at en wikisource[সম্পাদনা কৰক]

In last couple of days, at english language wikisource project, I have worked quite a bit on (Indian) Copyright Act, 1957 to update the same to include changes of copyright amendment act 2012. Please note on most of internet as of now Copyright Act, 1957 may not be uptodate with 2012 amendments, and en wikisource would be one of those few (and also free) places where people can refer the updated document, Provided that it is peer reviewed for accuracy.

I am seeking your kind help in peer review and improvement of this document at en wikisource.

Thanks and warm regards

Mahitgar (talk) 04:19, 17 এপ্ৰিল 2015 (UTC)

Peer review and document improvement request[সম্পাদনা কৰক]

This is a Peer review request to seek broader input to improve page: meta:Help:Form I & Affidavit (Customised for relinquishment of copyright as per 'free cultural work' definition) an option available under (Indian) Copyright act 1957 rules.


Rgds. Mahitgar (talk) 02:36, 2 জুন 2015 (UTC)

এছিয়ান মাহলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখি, আপোনাক ৱিকিপিডিয়া এছিয়ান মাহ যোগদান কৰিবলৈ আমন্ত্ৰণ জনালোঁ!

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে প্ৰতিবছৰে অনুষ্ঠিত এটি অনলাইন সম্পাদনামেলা (এডিট-এ-থন) বিশেষ, যাৰ লক্ষ্য হৈছে এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি কৰা। এই বছৰো অহা নৱেম্বৰ মাহত এই সম্পাদনামেলা অনুষ্ঠিত কৰি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিগত বৰ্ষত এই মেলাৰ জৰিয়তে ৪৩ টা ভাষাত প্ৰায় ৭,০০০ তকৈও অধিক প্ৰবন্ধ লিখা হৈছিল।

ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ বন্ধুত্বৰ চিন স্বৰূপে, প্ৰৱন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ পূৰণ কৰা কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা প্ৰত্যেকজন যোগদানকাৰীকে বিশেষভাৱে সজোৱা এটিকৈ পোস্টকাৰ্ড প্ৰদান কৰা হ'ব।

আটাইতকৈ অধিক প্ৰৱন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানজনক "ৱিকিপিডিয়া এছীয় দূত" সন্মানেৰে বিভূষিত কৰা হ'ব।

ধন্যবাদ সহকাৰে! দিব্য দত্ত (বাৰ্তা) 17:23, 27 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় উদ্দীপতালুকদাৰ,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.