লেখক:হেমচন্দ্ৰ বৰুৱা

ৱিকিউৎসৰ পৰা
হেমচন্দ্ৰ বৰুৱা
(১৮৩৫–১৮৯৬)
আৰু চাওক জীৱনী হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক৷ অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা৷ তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়৷
হেমচন্দ্ৰ বৰুৱা

সাহিত্য-কৰ্ম[সম্পাদনা কৰক]


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এইটোৰ উৎসস্থল ভাৰত আৰু ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৪ চনত ১ জানুৱাৰী ১৯৫৪-ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)