লেখক:জ্যোতিপ্ৰসাদ আগৰৱালা

ৱিকিউৎসৰ পৰা
জ্যোতিপ্ৰসাদ আগৰৱালা
(১৯০৩–১৯৫১)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়কৱিকিমিডিয়া কমন্সত মিডিয়া চাওক জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।
জ্যোতিপ্ৰসাদ আগৰৱালা

গল্প[সম্পাদনা কৰক]

কবিতা[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

অন্যান্য গ্ৰন্থ[সম্পাদনা কৰক]

শিশু-সাহিত্য[সম্পাদনা কৰক]

নাটক[সম্পাদনা কৰক]

গীত[সম্পাদনা কৰক]

জ্যোতি সঙ্গীত সমূহৰ তালিকা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )