লিখক:হেমচন্দ্ৰ বৰুৱা

ৱিকিউৎসৰ পৰা

হেমচন্দ্ৰ বৰুৱা (Hem Chandra Barua) (১৮৩৫-১৮৯৬) আধুনিক অসমীয়া ভাষা-সাহিত্যৰ এজন প্ৰতিষ্ঠাপক সাহিত্যিক। অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা৷ তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়৷ হেমকোষৰ বাহিৰেও তেখেতে অসমীয়া ব্যাকৰণ, নাটক আদি ৰছনা কৰিছে। অসমীয়া ভাষাক এটা সমৃদ্ধ ভাষা হিচাপে চিহ্নিত কৰিবলৈ হেমচন্দ্ৰ বৰুৱাই জোৰ দিছিল।


প্ৰকাশিত পুথি[সম্পাদনা কৰক]

তথ্য সমল[সম্পাদনা কৰক]

  1. ১.০ ১.১ ১.২ >গগণ চন্দ্ৰ অধিকাৰী (১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ)). ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, ৪.